এনপিএছ ইন্টাৰনেশ্যনেল স্কুলত ছয়মহীয়া পৰীক্ষা বাতিল, নিয়মীয়া পাঠদান বন্ধ কৰি মঙলবাৰৰ পৰা হ’ব অনলাইন ক্লাছ…

এনপিএছ ইন্টাৰনেশ্যনেল স্কুলত ছয়মহীয়া পৰীক্ষা বাতিল, নিয়মীয়া পাঠদান বন্ধ কৰি মঙলবাৰৰ পৰা হ’ব অনলাইন ক্লাছ…
  • এনপিএছ ইন্টাৰনেশ্যনেল স্কুলৰ নিয়মীয়া পাঠদান বন্ধ ঘোষণা।
  • বিদ্যালয় কৰ্তৃপক্ষৰ ১৬জনকৈ ছাত্ৰ ছাত্ৰীৰ দেহত ধৰা পৰিছিল কোভিড-১৯।
  • তাৰপাছতেই বিদ্যালয়খনত ছাত্ৰ-অভিভাৱক-শিক্ষকৰ মাজত এক শংকিত পৰিৱেশৰ সৃষ্টি হৈছে।
  • ছাত্ৰ তথা অভিভাৱকলৈ এনপিএছ কৰ্তৃপক্ষৰ বাৰ্তা-
  • স্থগিত কৰা হৈছে বিদ্যালয়খনৰ অনুষ্ঠিত হৈ থকা ছয়মহীয়া পৰীক্ষা।
  • মঙলবাৰৰ পৰা অনলাইনযোগে হ'ব পাঠদান।
  • কোভিড ধৰা পৰাৰ পাছত বিদ্যালয়খনৰ হোষ্টেলত থকা প্ৰায় সংখ্যক ছাত্ৰ-ছাত্ৰী উভতি গৈছে ঘৰলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in