২০২১বৰ্ষৰ সাহিত্যৰ নোবেল বটাঁ ঘোষণা…

২০২১বৰ্ষৰ সাহিত্যৰ নোবেল বটাঁ ঘোষণা…
  • ২০২১বৰ্ষৰ সাহিত্যৰ নোবেল বটাঁ ঘোষণা।
  • আব্দুল ৰজাক গুৰনাহলৈ এই বৰ্ষৰ সাহিত্যৰ নোবেল।
  • for his uncompromising and compassionate penetration of the effects of colonialism গ্ৰন্থৰ বাবে এই বটা লাভ কৰিছে আব্দুল ৰজাক গুৰনাহলৈ।
  • উল্লেখ্য যে, ১৯৪৮চনত তাঞ্জানিয়াৰ জাঞ্জীবাৰত জন্মগ্ৰহণ কৰিছিল উপন্যাসিকগৰাকীয়ে।
  • বৰ্তমান বিট্ৰেইনৰ বাসিন্দা আব্দুল ৰজাক গুৰনাহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in