শেহতীয়া খবৰ
কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ বিশেষ কাৰ্যসূচী, বৰ অসমৰ শিক্ষামন্ত্ৰী শৰৎ চন্দ্ৰ গোস্বামী, বিশিষ্ট সমাজকৰ্মী ৰূপৰাম সূত স্মাৰক বক্তৃতা-কবিতা পাঠৰ অনুষ্ঠান  •  আজৰি নাই! ইমানেই আন্তৰিকতা অসমীয়াৰ প্ৰতি...  •  বনদস্যু বীৰাপ্পনাৰ কন্যাৰ বিজেপিত যোগদান  •  'পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া অমূল্য লিয়োনাক হত্যা কৰিলে ১০ লাখ টকাৰ পুৰস্কাৰ দিব শ্ৰীৰাম সেনাৰ সদস্যই…  •  মাংস আৰু কণী আপোনাৰো প্ৰিয় নেকি? তেন্তে এবাৰ পঢ়ক এই বাতৰি...  •  বিশিষ্ট ফটো সাংবাদিক তৰণী কান্ত বৰ্মনৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ...  •  উৰিয়ামঘাটত পিষ্টলসহ এজনক আটক...  •  কোৰোনা ভাইৰাছৰ সন্ত্ৰাসঃ চীনৰ পাছতে অধিক ৰোগীৰ মৃত্যু হৈছে এইখন দেশত...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...

উত্তৰ শালমাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

848

ডিজিটেল সংবাদ, বঙাইগাওঁঃ সোমবাৰে দুপৰীয়া বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত এএছ-১৯-এফ-১৩৬৭ নম্বৰৰ মটৰ চাইকেল এখন নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় এজন৷ আন এজন বাইক আৰোহীৰ অৱস্থা সংকটজনক।

নিহত বাইক আৰোহী গৰাকীক হাচমত আলী আৰু আহতগৰাকীক কৰিম আলী বুলি চিনাক্ত কৰা হৈছে৷ দুয়োৰে ঘৰ চিৰাং জিলাৰ ছাতিপুৰত৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি