উত্তৰ শালমাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

উত্তৰ শালমাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ, বঙাইগাওঁঃ সোমবাৰে দুপৰীয়া বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত এএছ-১৯-এফ-১৩৬৭ নম্বৰৰ মটৰ চাইকেল এখন নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় এজন৷ আন এজন বাইক আৰোহীৰ অৱস্থা সংকটজনক।

নিহত বাইক আৰোহী গৰাকীক হাচমত আলী আৰু আহতগৰাকীক কৰিম আলী বুলি চিনাক্ত কৰা হৈছে৷ দুয়োৰে ঘৰ চিৰাং জিলাৰ ছাতিপুৰত৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in