গেছ চিলিণ্ডাৰ পৰিবাহী ট্রাকৰ খুন্দাত নিহত এজন, বৰ্তমানো হোৱা নাই চিনাক্ত

গেছ চিলিণ্ডাৰ পৰিবাহী ট্রাকৰ খুন্দাত নিহত এজন, বৰ্তমানো হোৱা নাই চিনাক্ত
  • উত্তৰ গুৱাহাটী ৰন্ধন গেছ প্রকল্পৰ বাহিৰত অঘটন।
  • শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।
  • গেছ চিলিণ্ডাৰ পৰিবাহী ট্রাকৰ খুন্দাত নিহত এজন।
  • নিহত লোকজন বৰ্তমানেও চিনাক্ত হোৱা নাই।
  • দুৰ্ঘটনাৰ পিছতে পলায়ন ট্রাকখনৰ চালক-হেণ্ডিমেন।
  • ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in