শেহতীয়া খবৰ
কবিতা/১৯ "হৰ ঘৰ ত্ৰিৰংগা"  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...

গেছ চিলিণ্ডাৰ পৰিবাহী ট্রাকৰ খুন্দাত নিহত এজন, বৰ্তমানো হোৱা নাই চিনাক্ত

  • উত্তৰ গুৱাহাটী ৰন্ধন গেছ প্রকল্পৰ বাহিৰত অঘটন।
  • শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।
  • গেছ চিলিণ্ডাৰ পৰিবাহী ট্রাকৰ খুন্দাত নিহত এজন।
  • নিহত লোকজন বৰ্তমানেও চিনাক্ত হোৱা নাই।
  • দুৰ্ঘটনাৰ পিছতে পলায়ন ট্রাকখনৰ চালক-হেণ্ডিমেন।
  • ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ লোক।