উত্তৰ-পূব মুখ্য-পৃষ্ঠা ৱৰ্ল্ড কাপ-২০১৯ত শ্ৰীলংকা বনাম আফগানিস্তান… ৱৰ্ল্ড কাপ-২০১৯ত শ্ৰীলংকা বনাম আফগানিস্তান… asomiyapratidin 04 Jun 2019 17:44 IST Follow UsNew Updateৱৰ্ল্ড কাপ-২০১৯ত মঙলবাৰে শ্ৰীলংকা বনাম আফগানিস্তান।শ্ৰীলংকাই বৰ্তমানলৈ ৮টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে ১৮২ ৰান।৩৩ অভাৰত সংগ্ৰহ কৰে ১৮২ ৰান।শ্ৰীলংকাৰ বেটছমেন কে পেৰেৰাই ৮১টা বলত সংগ্ৰহ কৰে ৭৮ ৰান।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক