New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/shillong-swatchata.jpg)
ডিজিটেল সংবাদ, শ্বিলংঃ প্ৰধানমন্ত্ৰী মোডীৰ 'স্বচ্ছতাই সেৱা' শীৰ্ষক অভিযানত অংশ লৈ মঙলবাৰে শ্বিলঙত হাতত ঝাড়ু তুলি ল'লে কেন্দ্ৰীয় ৰাজ্যিক বহিঃপৰিক্ৰমা মন্ত্ৰী এম জে আকবৰে।
আপাৰ শ্বিলঙৰ মাইলিমৰ অন্তৰ্গত মাউক্ল'ট গাঁৱত এইদৰে শ্ৰমদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্বচ্ছতাৰ সপক্ষে সজাগতা বৃদ্ধিৰ এই পদক্ষেপৰ অনুষ্ঠানত অংশ লয়।