New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/D-oYjNKXsAEm0oN.jpg)
- মণিপুৰত বিধায়কৰ বাসভৱনত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ।
- বিধায়ক এল সুখীন্দ্ৰৰ ইম্ফলৰ খুৰাইস্থিত বাসভৱনত আক্ৰমণ চলাই দুৰ্বৃত্তই।
- ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D-oYv2HXoAMsQOP.jpg)
- বৰ্তমানলৈ জানিব পৰা হোৱা নাই এই ঘটনা কোনে আৰু কিয় সংঘটিত কৰিছিল।
- আক্ৰমণ কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।