ভূমিকম্পৰ সময়ত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ত্ৰিপুৰাত স্কুলীয়া ছাত্ৰ-ছাত্ৰীক অনুশীলন প্ৰদান

ভূমিকম্পৰ সময়ত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ত্ৰিপুৰাত স্কুলীয়া ছাত্ৰ-ছাত্ৰীক অনুশীলন প্ৰদান

author-image
asomiyapratidin
New Update
ভূমিকম্পৰ সময়ত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ত্ৰিপুৰাত স্কুলীয়া ছাত্ৰ-ছাত্ৰীক অনুশীলন প্ৰদান

  • ভূমিকম্পৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ত্ৰিপুৰাত ম'কড্ৰিল।
  • ত্ৰিপুৰাৰ খায়েৰপুৰৰ বিদ্যালয়সমূহত এক সজাগতামূলক অনুশীলন।
  • ভূমিকম্পৰ সময়ত কি কি ব্যৱস্থা ল'ব লাগে তাক লৈ শিক্ষাৰ্থীৰ মাজত সজাগত বৃদ্ধিৰ বাবে এই কাৰ্যসূচী।
  • উদ্ধাৰকাৰী দলৰ এই অনুশীলনত বহু ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ।