New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/agrani-news.jpg)
- ত্ৰিপুৰাৰ মন্ত্ৰীসভাৰ পৰা আতৰোৱা হৈছে এগৰাকী মন্ত্ৰী।
- সুদীপ ৰয় বৰ্মন নামৰ মন্ত্ৰীগৰাকীক কেবিনেটৰ পৰা বাহিৰ।
- স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা, তথ্য, বিজ্ঞান আৰু প্ৰযুক্তি আৰু গড়কাপ্তানী মন্ত্ৰী আছিল ৰয় বৰ্মন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D76ccSyW4AMANbu-725x1024.jpg)
- মন্ত্ৰীজনৰ হাতত থকা বিভাগ সমূহৰ ভিতৰত গড়কাপ্তানী আৰু স্বাস্থ্য বিভাগ ৰাখিছে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে নিজৰ হাতত।
- উপ মুখ্যমন্ত্ৰী জিঞ্চু দেৱ বৰ্মাই লৈছে আন বিভাগ সমূহৰ দায়িত্ব।