New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/DuVTIcPU8AAsfbP.jpg)
- ত্ৰিপুৰাত ১৭০ কেজি গাঞ্জাসহ ৩জনক আটক।
- বৃহস্পতিবাৰে আগৰতলা মহাৰজা বীৰ বিক্ৰম বিমান বন্দৰত জব্দ গাঞ্জাখিনি।
- বিমান বন্দৰত থকা আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/DuVTJ1bVYAEoB2W.jpg)
- গাঞ্জাখিনি থাৰ্মক'লৰ বাকচত সোমাই নিছিল গাঞ্জাখিনি।
- বৰ্তমান আৰক্ষীৰ জিম্মাত ৰখা হৈছে আটকাধীন লোক কেইজনক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/DuVTOidUcAEVcgE.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us