New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/t-cough-syrup-face.jpg)
- ত্ৰিপুৰা-বাংলাদেশ সীমান্তত অব্যাহত চোৰাং বেহা।
- ত্ৰিপুৰা আৰক্ষীৰ অভিযানত জব্দ ৩হাজাৰ বটল কফ চিৰাপ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/t-cough-syrup.jpg)
- কফ চিৰাপখিনিৰ মূল্য কেবালাখ টকা।
- বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ অনা হৈছিল কফ চিৰাপখিনি।
- কেবাটাও বস্তাত ভৰাই লৈ যোৱা হৈছিল ত্ৰিপুৰা-বাংলাদেশ সীমান্তলৈ।
- এই চোৰাং বেহাৰ সৈতে জড়িত তিনিজনক আটক।
- কেবাহাজাৰ টকাসহ ৪টা ম'বাইল জব্দ চোৰাং সৰবৰাহকাৰীৰ পৰা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/t-cough-syrup2.jpg)