ত্ৰিপুৰাত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৮৮লৈ বৃদ্ধি

ত্ৰিপুৰাত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৮৮লৈ বৃদ্ধি

author-image
asomiyapratidin
New Update
ভাৰতত কোৰোনাই প্ৰাণ লোৱা লোকৰ সংখ্যা ৮৮২ লৈ বৃদ্ধি…

  • ত্ৰিপুৰাত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৮৮লৈ বৃদ্ধি।
  • ত্ৰিপুৰাত পুনৰ ২৪গৰাকী লোক COVID19ত আক্ৰান্ত হৈছে।
  • আম্বাছাৰ 86 বেটেলিয়নৰ বিএছএফ কেম্পত কোৰোনাত আক্ৰান্ত হৈছে ২৪ জন জোৱান।
  • ত্ৰিপুৰাত এতিয়ালৈকে আৰোগ্য হৈছে ২ জন কোৰোনাৰ ৰোগী।
  • ইফালে ৮৬ গৰাকী লোকক এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে।
  • ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে সদৰি কৰিছে এই তথ্য।