প্ৰতিকী ফটো
Published on:
Updated on:
- ত্ৰিপুৰাৰ ২টা লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা।
- ৱেষ্ট ত্ৰিপুৰা আৰু ইষ্ট ত্ৰিপুৰাৰ প্ৰাৰ্থীৰ নাম ঘোষণা।
- ৱেষ্ট ত্ৰিপুৰাত সুবল ভৌমিকক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলটোৱে।
- পূৰ্বে বিজেপিত আছিল সুবল ভৌমিক।
- পৰৱৰ্তী সময়ত কংগ্ৰেছত যোগ দিছিল তেওঁ।
- ইষ্ট ত্ৰিপুৰা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে প্ৰজ্ঞা দেৱ বৰ্মনক।
- প্ৰজ্ঞা দেৱ বৰ্মন ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি প্ৰদ্যুৎ কিশোৰৰ জ্যেষ্ঠ ভগ্নী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in