ত্ৰিপুৰাত বিএছএফ জোৱানৰ আত্মহত্যাক কেন্দ্ৰ কৰি চাঞ্চল্য

ত্ৰিপুৰাত বিএছএফ জোৱানৰ আত্মহত্যাক কেন্দ্ৰ কৰি চাঞ্চল্য

author-image
asomiyapratidin
New Update
বোকাখাতত চাঞ্চল্যকৰ হত্যাকাণ্ড

  • ত্ৰিপুৰাত বিএছএফ জোৱানৰ আত্মহত্যাক কেন্দ্ৰ কৰি চাঞ্চল্য।
  • আত্মহত্যা কৰা জোৱানজনৰ নাম ডিবি ৰাও বুলি জানিব পৰা গৈছে।
  • ইফালে আত্মহত্যাৰ পূৰ্বে তেওঁ গুলীয়াই আহত কৰে ২ সতীৰ্থক।
  • ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্যৰ।
  • সতীৰ্থৰে হোৱা সংঘাতৰ পিছতেই সংঘটিত হৈছে এই ঘটনা।
  • বৰ্তমান সময়ত হাস্পতালত চিকিত্সাধীন হৈ আছে ২ জোৱান।