New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
- ত্ৰিপুৰাত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ১৬ গৰাকী লোক।
- মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে এই কথা সদৰি কৰিছে।
- মুঠ ৯৯৬ গৰাকী লোকৰ নুমনা সংগ্ৰহ কৰা হৈছিল।
- তাৰে ১৬ জন লোকৰ কোৰোনা পজিটিভ পোৱা গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/TRIPURA-AGAIN-16-MAN-GOT-COVID-POSITIVE-1024x411.jpg)
- শনিবাৰে কোৰোনাত আক্ৰান্ত হোৱা এই ১৬ জন লোকৰ আটাইকেইজনে মহাৰাষ্ট্ৰৰ পৰা আহিছিল।
- তেওঁলোকক হাস্পতালত ভৰ্তি কৰা হৈছে।