New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/corona-virus-main-update-face-pic.jpg)
- ত্ৰিপুৰাত শুকুৰবাৰে আৰু এজন লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে।
- ৰাজ্যখনত বৰ্তমানলৈ দুজন লোক আক্ৰান্ত হৈছে COVID-19ত।
- ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে সদৰী কৰে এই কথা।
- জানিব পৰা মতে, কোৰোনাত আক্ৰান্ত লোকজন মধ্যপ্ৰদেশৰ নিবাসী।
ALERT!
One more #COVID19 positive case in Tripura has been confirmed, taking the total number to 02
The patient is 32 years old Male from Madhya Pradesh and currently staying at Damcherra & has travelled along with the last COVID19 positive patient in train.
— Biplab Kumar Deb (@BjpBiplab) April 10, 2020
- মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে- কোৰোনাত আক্ৰান্ত লোকজনৰ বয়স ৩২ বছৰ আৰু তেওঁ উত্তৰ ত্ৰিপুৰা জিলাৰ দামচেৰাত বাস কৰি আছিল।
- লোকজন ৰে'লযোগে ত্ৰিপুৰালৈ অহা বুলিও জানিব পৰা গৈছে।