New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/agrani-news.jpg)
- ত্ৰিপুৰাত অঘটন।
- মনু নৈত ডুবি প্ৰাণ হেৰুৱাই দুগৰাকী বান্ধৱীয়ে।
- বুধবাৰে নৈত গা ধুবলৈ গৈ প্ৰাণ হেৰুৱাইছিল ২ বান্ধৱীয়ে।
- মৃত ২ বান্ধৱী দশম শ্ৰেণীৰ ছাত্ৰী বুলি জানিব পৰা গৈছে।
- মৃত ছাত্ৰী দুগৰাকী সপ্তমী দেৱনাথ আৰু সঞ্চিতা দাস।
- বুধবাৰে নিশা উদ্ধাৰ হয় দুয়োগৰাকী ছা্ত্ৰীৰ মৃতদেহ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us