Published on:
Updated on:
- মনিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ল'লে কোভিড ভেকচিন ।
- ইম্ফলৰ জৱাহৰলাল নেহৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভেকচিন গ্ৰহন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
- 'টিকা উৎসৱ'ৰ শুভাৰম্ভণি অনুষ্ঠানত গ্ৰহন কৰে কোভিড ভেকচিনৰ প্ৰথম ডোজ ।
- ভেকচিন গ্ৰহন কৰিবলগীয়া যোগ্য সকলোকে ভেকচিন গ্ৰহনৰ আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ ।
- নৰেন্দ্ৰ মোডীৰ পদক্ষেপকো ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in