New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/KONRAD.jpg)
- মেঘালয়ত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১২ জনলৈ বৃদ্ধি
- আক্ৰান্ত এজনৰ আত্মীয়ৰ দেহত ধৰা পৰিছে কোৰোনাৰ অৱস্থিতি।
- সম্প্ৰতি কোৱাৰেন্টাইন কেম্পতে আছে আক্ৰান্ত লোকজন।
- আক্ৰান্তসকলৰ অৱস্থা সুস্থিৰ বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰী কনৰাড চাংমাই।
- ইতিমধ্যে মেঘালয়ত কৰোনাত এজন লোকৰ মৃত্যু