/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/dbf01107-f043-49a9-a853-cb2a42c1e3ab.jpg)
ডিজিটেল সংবাদ, ইটানগৰঃকেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ সৰ্বেক্ষন ২০১৮ (গ্ৰামীণ)ত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে টাৱাং সবাটোকৈ পৰিস্কাৰ জিলা হিচাপে স্বীকৃতি লাভ কৰিছে৷ এই ক্ষেত্ৰত টাৱাঙ জিলা প্ৰশাসন আৰু টাৱাঙৰ জনসাধাৰণৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ৷
প্ৰায় প্ৰতিটো সপ্তাহত জনসাধাৰণ আৰু স্থানীয় প্ৰশাসনে টাৱাঙত চাফাই অভিযান চলায় যাৰ বাবে দেওবাৰে টাৱাং উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ পৰিস্কাৰ জিলা হিচাপে স্বীকৃতি লাভ কৰিছে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/fa305bd0-b05f-4a3d-a9b0-2db0f627c6f7.jpg)