New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- ছিকিমত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।
- এছডিএফ দলৰ সমৰ্থকক নৃশংসভাৱে হত্যা।
- মঙলবাৰে নিশা সংঘটিত হৈছে এই ঘটনা।
- টাডং গৈৰিগাঁৱত দুৰ্বৃত্তই হত্যা কৰে এজন লোকক।
- লোকজনৰ নাম ঝোনা ৰায় বুলি জানিব পৰা গৈছে।
- নিজ বাসগৃহৰ সমীপতে কোনো দুৰ্বৃত্তই হত্যা কৰে লোকজনক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us