ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ সমৰ্থকৰ বাহনৰ পৰা জব্দ ৩ লাখ ৯০ হাজাৰ টকা

ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ সমৰ্থকৰ বাহনৰ পৰা জব্দ ৩ লাখ ৯০ হাজাৰ টকা

author-image
asomiyapratidin
New Update
ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ সমৰ্থকৰ বাহনৰ পৰা জব্দ ৩ লাখ ৯০ হাজাৰ টকা

  • নিৰ্বাচনৰ প্ৰাকক্ষণত দেশৰ বিভিন্ন প্ৰান্তত জব্দ হৈছে নগদ ধন।
  • অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহনৰ পৰা ১.৮০ লাখ জব্দ হোৱাৰ লগতে বহু ৰাজনৈতিক নেতাৰ বাহনৰ পৰা উদ্ধাৰ হৈছে ধন।
  • শুকুৰবাৰে নিশা ছিকিমৰ গ্যালছিঙত জব্দ ৩ লাখ ৯০ হাজাৰ টকা।
  • আৰক্ষীৰ অভিযানত জব্দ হয় টকাখিনি।
  • সন্দেশ গুৰুং নামৰ এজন লোকৰ বলেৰ' গাড়ীৰ পৰা জব্দ কৰা হয় ধনখিনি।
  • উল্লেখ্য যে, আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত ধন জব্দ কৰা সন্দেশ গুৰুং নামৰ লোকজন ছিকিম ক্ৰান্তিকাৰী মৰ্চাৰ সমৰ্থক।