ছিকিমত ৪৫০০ ফুট উচ্চতাত নতুন বিমান বন্দৰ, চাওঁক ভিডিঅ’

ছিকিমত ৪৫০০ ফুট উচ্চতাত নতুন বিমান বন্দৰ, চাওঁক ভিডিঅ’

author-image
asomiyapratidin
New Update
দেশৰ শততম বিমান বন্দৰটো উদ্বোধন হ’ব আজি

ডিজিটেল ডেস্কঃ প্ৰায় ৪৫০০ ফুট উচ্চতাত থকা ছিকিম বিমান বন্দৰটো অহা ২৪ ছেপ্টেম্বৰত উদ্বোধন কৰা হ'ব। সোমবাৰে পাকিয়ঙৰ এই বিমান বন্দৰটো উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। চাওঁক এই বিশেষ বিমান বন্দৰটোৰ ভিডিঅ'-


— ANI (@ANI) September 22, 2018