উত্তৰ-পূব ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ উপ-সভাপতিৰ দলত্যাগ ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ উপ-সভাপতিৰ দলত্যাগ asomiyapratidin 20 Dec 2018 18:57 IST Follow UsNew Updateবৃহস্পতিবাৰে মোহন ডুংমালীৰ দলত্যাগ।ছিকিম ডেম'ক্ৰেটিক ফ্ৰণ্টৰ উপ-সভাপতি পদত আছিল ডুংমালী।আজি আনুষ্ঠানিকভাৱে ডুংমালীয়ে পদত্যাগ কৰে এছডিএফৰ পৰা।শুকুৰবাৰে ডুংমালীয়ে ছিকিম ক্ৰান্তিকাৰী মৰ্চাত যোগদান কৰাৰ সম্ভাৱনা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক