ছেলফিয়ে হ’ল কাল! লাচুং জলপ্ৰপাতত ছেলফি ল’বলৈ গৈ উটি যোৱা যুৱতীৰ মৃতদেহ উদ্ধাৰ..

author-image
asomiyapratidin
New Update
ছেলফিয়ে হ’ল কাল! লাচুং জলপ্ৰপাতত ছেলফি ল’বলৈ গৈ উটি যোৱা যুৱতীৰ মৃতদেহ উদ্ধাৰ..

  • ছিকিমত ছেলফিয়ে কাল হ'ল কলকাতাৰ পৰ্যটকৰ।
  • শুকুৰবাৰে লাচুং জলপ্ৰপাতত ছেলফি ল'বলৈ গৈ উটি গৈছিল এগৰাকী যুৱতী।
  • শনিবাৰে উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ।
  • মৃত যুৱতীগৰাকী কলকাতাৰ বিধান নগৰৰ পিংকী হৰি বুলি চিনাক্ত কৰা হৈছে।