ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ জ্যেষ্ঠ নেতা বি এছ পন্থৰ দলত্যাগ

ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ জ্যেষ্ঠ নেতা বি এছ পন্থৰ দলত্যাগ

author-image
asomiyapratidin
New Update
ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ জ্যেষ্ঠ নেতা বি এছ পন্থৰ দলত্যাগ

  • ছিকিম ডেম'ক্ৰেটিক ফ্ৰণ্টৰ জ্যেষ্ঠ নেতা বি এছ পন্থৰ দল ত্যাগ।
  • সকলো দায়িত্বৰ লগতে এছ ডি এফৰ সদস্যপদৰ পৰা পদত্যাগ প্ৰাক্তন বিধায়কজনৰ।
  • ছিকিম বিধানসভাৰ উপাধ্যক্ষও আছিল বি এছ পন্থ।
  • সম্প্ৰতি আন কোনো দলত যোগদান নকৰে নেতাজনে।
  • শীঘ্ৰে পন্থে এটা নতুন ৰাজনৈতিক দল খোলাৰ সম্ভাৱনা।‍