New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/e0929d55-6882-466a-8160-af79eda481f2.jpg)
- বৃহস্পতিবাৰে ছিকিমৰ পেলিঙত উন্মোচন কৰা হ'ব বিশ্বৰ সবাতোকৈ ওখ বুদ্ধৰ প্ৰতিমূৰ্তি।
- মুখ্যমন্ত্ৰী পৱন চামলিঙে উন্মোচন কৰিব প্ৰতিমূৰ্তিটো।
- প্ৰতিমূৰ্তিটোৰ উচ্চতা ১৩৭ ফুট।
- ২০০৯ চনত নিৰ্মাণকাৰ্য আৰম্ভ কৰা হৈছিল এই প্ৰতিমূৰ্তিটোৰ।
- এই বুদ্ধমূৰ্তিটোৱে পৰ্যটকক ছিকিমলৈ অধিক আকৰ্ষিত কৰিব বুলি আশা ব্যক্ত কৰিছে ছিকিম চৰকাৰে।