ছিকিমত পৰ্যটক কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত, নিহত ৫ পৰ্যটক…

ছিকিমত পৰ্যটক কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত, নিহত ৫ পৰ্যটক…

author-image
asomiyapratidin
New Update
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৩

প্ৰতিকী ফটো

  • ছিকিমত পৰ্যটক কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত।
  • দুৰ্ঘটনাৰ ফলত ৫জন পৰ্যটকৰ মৃত্যু।
  • নিহত সকলৰ ভিতৰত ৩গৰাকী মহিলা আৰু ২ জন পুৰুষ।
  • দেওবাৰে ছিকিমৰ জে এন পথ ৬ মাইলত সংঘটিত হৈছিল এই দুৰ্ঘটনা।
  • কলকাতাৰ পৰা ছিকিমলৈ আহিছিল পৰ্যটকৰ দল।
  • চংগো হ্ৰদৰ পৰা ওভতাৰ পথত দুৰ্ঘটনাত পতিত।
  • দুৰ্ঘটনাটোত আহত এটি শিশু আৰু এগৰাকী মহিলা সম্প্ৰতি চিকিত্সাধীন।