উত্তৰ-পূব ৰাষ্ট্ৰীয় পশ্চিম ছিকিমত ভয়ংকৰ দুৰ্ঘটনা, নিহত ৫ পশ্চিম ছিকিমত ভয়ংকৰ দুৰ্ঘটনা, নিহত ৫ asomiyapratidin 23 Oct 2018 08:41 IST Follow UsNew Updateসোমবাৰে নিশা পশ্চিম ছিকিমত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা।পশ্চিম ছিকিমত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল ৫জনৰ।পশ্চিম ছিকিমৰ ৰেছী বজাৰত পৰ্যটকৰ বাহন দুৰ্ঘটনাত পতিত।দুৰ্ঘটনাগ্ৰস্ত জাইল'খনত আছিল ৮জন লোক।আন ৩ জন লোক গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাত।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক