ছিকিমত আৰক্ষীৰ জালত ভণ্ড বাবা

ছিকিমত আৰক্ষীৰ জালত ভণ্ড বাবা

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

  • নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ।
  • ছিকিমত আৰক্ষীৰ জালত ভণ্ড বাবা।
  • ভণ্ড বাবাজনৰ নাম গংগা দৰ্জী।
  • ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল লোকজনে।
  • জৰেথাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত লোকজনক।
  • ৰংপো থানাত লোকজনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ।