উত্তৰ-পূব মুখ্য-পৃষ্ঠা দশমীৰ পিছত শ্বিলঙত চলিল চাফাই অভিযান দশমীৰ পিছত শ্বিলঙত চলিল চাফাই অভিযান asomiyapratidin 21 Oct 2018 23:25 IST Follow UsNew Updateদেশজুৰি চলিছে চাফাই অভিযান।দেৱীৰ প্ৰতিমা বিসৰ্জনৰ পাছত দেওবাৰে শ্বিলঙত চাফাই অভিযান।ৱাহ ওমখ্ৰাহ নদীত মেঘালয় চৰকাৰৰ এই চাফাই অভিযান।শ্বিলঙৰ লগতে দেশৰ অন্য ৰাজ্যসমূহতো দশমীৰ পিছত চলোৱা হৈছে চাফাই।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক