New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-2.jpg)
- শ্বিলঙত আইন শৃংখলাৰ অৱনতি
- চহৰখনৰ কেইবা ঠাইতো বিক্ষিপ্ত ঘটনা
- সমগ্র শ্বিলং চহৰতে সান্ধ্য আইন জাৰি
- নিশা ৮বজাৰ পৰা পুৱা ৫ বজালৈ এই সান্ধ্য আইন
- ১৫ৰ পৰা ১৭ আগষ্টৰ পুৱা ৫বজালৈ বাহাল থাকিব এই নিৰ্দেশনা
- দেওবাৰৰ বিয়লি ৬বজাৰ পৰা বন্ধ থাকিব ইন্টাৰনেট সেৱা
- পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈ বাহাল থাকিব এই নিৰ্দেশনা
- ৰাজ্যবাসীক অসম আৰক্ষীৰ সতৰ্ক বাণী
- অসমবাসীক শ্বিলং ভ্রমণ নকৰাৰ পৰামৰ্শ
- কাৰ্ফিউ প্রত্যাহাৰ নকৰা পৰ্যন্ত ভ্রমণ নকৰিবলৈ আহ্বান
- টুইটাৰযোগে জনালে বিশেষ আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us