Published on:
Updated on:
- নগালেণ্ডৰ পেৰেণত নিৰাপত্তাৰক্ষীয়ে আটক কৰে এজন অস্ত্ৰ সৰবৰাহকাৰী।
- পেৰেণৰ লিলেন গাঁৱত আটক কৰে সৰবৰাহকাৰীজনক।
- নিৰাপত্তাৰক্ষীয়ে লগতে জব্দ কৰে বহু অস্ত্ৰ-শস্ত্ৰ।
- জব্দ কৰা অস্ত্ৰসমূহৰ ভিতৰত আছে- তিনিটা ১২ ব'ৰ ৰাইফল, পইন্ট ২২ লাইভ ৰাউণ্ড, ৮টা ১২ ব'ৰ লাইভ ৰাউণ্ড।
Code:
Asomiya Pratidin
www.asomiyapratidin.in