Published on:
Updated on:
- আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে উত্তৰ-পূবৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে কংগ্ৰেছে।
- অৰুণাচলৰ দুটা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ নাম ঘোষণা।
- পশ্চিম অৰুণাচলত নাবাম টুকীক আৰু পূব অৰুণাচলত জেম্ছ লৱাংচা ৱাংলেটক প্ৰদান কৰিছে প্ৰাৰ্থিত্ব।
- লগতে ছত্তীশগড়ত ৫টা সমষ্টি,কেৰালাত ১২টা সমষ্টি প্ৰাৰ্থীৰ নাম প্ৰকাশ।
- আন্দামান-নিকোবৰ উপদ্বীপত এটা সমষ্টি আৰু উত্তৰ প্ৰদেশত ৭টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in