আজি উত্তৰ-পূবলৈ অভিনেতা চলমান খান

আজি উত্তৰ-পূবলৈ অভিনেতা চলমান খান

author-image
asomiyapratidin
New Update
আজি উত্তৰ-পূবলৈ অভিনেতা চলমান খান

  • আজি উত্তৰ-পূবলৈ আহিব বলীউডৰ জনপ্ৰিয় অভিনেতা চলমান খান।
  • বিশেষ বিমানেৰে পুৱা ১০.৩০ বজাত উপস্থিত হ'বহি ডিব্ৰুগড়ত।
  • ডিব্ৰুগড়ৰ পৰা হেলিকপ্টাৰযোগে ৰাওনা হ'ব অৰুণাচলৰ মেছুকালৈ।
  • বিয়লি ৩.৩০ বজাত পুনৰ ডিব্ৰুগড়ত উপস্থিত হৈ উভতিব মুম্বাইলৈ।‍
  • অৰুণাচলত আয়োজন কৰা 'দ্বিতীয় এম টি বি অৰণাচল মাউন্টইণ্ড বাইচাইকেল ৰেছ'ৰ প্ৰতিযোগী সকলক পুৰস্কাৰ প্ৰদান কৰিব চলমানে ।