New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/Dy8KRNEUUAA9x-h.jpg)
- শ্বিলংস্থিত চিবিআইৰ কাৰ্যালয়ত উপস্থিত কলকাতা আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰ।
- আজি চিবিআই বিষয়াৰ সন্মুখীন হ'ব আৰক্ষী আয়ুক্ত গৰাকী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/Dy8HaCEVAAAYqxj.jpg)
- ইতমধ্যে শ্বিলংস্থিত কাৰ্যালয়ত উপস্থিত হৈছে চিবিআইৰ এটি ৫ জনীয়া অনুসন্ধানকাৰী দল।
- চিটফাণ্ড কেলেংকাৰী সন্দৰ্ভত চিবিআইয়ে সোধপোছ কৰিব ৰাজীৱ কুমাৰক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/Dy8HdXUVAAAbGKd.jpg)
- উচ্চতম ন্যায়ালয়ে চিবিআইৰ শ্বিলংস্থিত কাৰ্যালয়তহে ৰাজীৱ সোধপোছ কৰাৰ অনুমতি প্ৰদান কৰিছিল।