ফাইল ফটো
Published on:
Updated on:
- লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে সকলো ৰাজনৈতিক দল।
- নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই কংগ্ৰেছো।
- নিৰ্বাচনী প্ৰচাৰৰ বাবে ২০ মাৰ্চত মণিপুৰলৈ আহিব কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী।
- মণিপুৰত নিৰ্বাচনী প্ৰচীৰ চলাব তেওঁ।
- ইম্ফলৰ হাপ্টা কাংজেইবুঙত এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব।
- তাৰ পিছতে ৰাহুল গান্ধী যাব ইটানগৰলৈ।
- ইটানগৰতো জনসভাত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in