New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/D2FXLFqVYAAcJW5.jpg)
- মণিপুৰৰ ইম্ফলত কংগ্ৰেছৰ বিশাল জনসভা।
- জনসভাত সম্বোধন কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ।
- নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিক সমালোচনা কংগ্ৰেছ অধ্যক্ষগৰাকীৰ।
- নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভতো মন্তব্য তেওঁৰ।
Congress President Rahul Gandhi addressing a public rally in Imphal, Manipur: I am committing to you here that the Congress will defend your culture and history. We are not going to allow the Citizenship (Amendment) Bill to be passed. pic.twitter.com/nvCRpXh6Gd
— ANI (@ANI) March 20, 2019
- 'আমি যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'বলৈ নিদিও।'
- 'কংগ্ৰেছ সদায় আপোনালোকৰ ভাষা, সংস্কৃতিক প্ৰতি সৌহাৰ্দ্যপূৰ্ণ।'
- 'আপোনালোকৰ ভাষা, আৰু ইতিহাসৰ ক্ষতি হ'ব পৰা কোনো কামেই নকৰে কংগ্ৰেছে।'
- 'এয়া আমাৰ আপোনাক দিয়া প্ৰতিশ্ৰুতি।'
- -জনসভাত এই মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীৰ।