৭ ৰহিংগীয়া নাগৰিকক প্ৰত্যাৱৰ্তন বিষয়ত কেন্দ্ৰক হস্তক্ষেপ নকৰে উচ্চতম ন্যায়ালয়ে

৭ ৰহিংগীয়া নাগৰিকক প্ৰত্যাৱৰ্তন বিষয়ত কেন্দ্ৰক হস্তক্ষেপ নকৰে উচ্চতম ন্যায়ালয়ে

author-image
asomiyapratidin
New Update
৭ ৰহিংগীয়া নাগৰিকক প্ৰত্যাৱৰ্তন বিষয়ত কেন্দ্ৰক হস্তক্ষেপ নকৰে উচ্চতম ন্যায়ালয়ে

  • ৰহিংগীয়া সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা স্থিতিক লৈ হস্তক্ষেপ নকৰে উচ্চতম ন্যায়ালয়ে।
  • ৭জন ৰহিংগীয়াৰ শৰণাৰ্থীক ম্যানমাৰলৈ ওভতাই পঠিওৱা হৈছিল বুধবাৰে।
  • ইয়াৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল এখন আবেদন।
  • এই আবেদনৰ শুনানি গ্ৰহণ কৰি এই বিষয়ত কেন্দ্ৰক হস্তক্ষেপ নকৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ।
  • ন্যায়ালয়ে কয়- 'আমি বিদেশ মন্ত্ৰণালয়ৰ প্ৰতিবেদন চাইছো আৰু এই সন্দৰ্ভত কেন্দ্ৰক কোনো হস্তক্ষেপ নকৰে চৰকাৰে।'
  • উচ্চতম ন্যায়ালয়ে আদালতক জনাইছে যে- এই ৭জন নাগৰিকক ম্যানমাৰ চৰকাৰে তেওঁলোকৰ নাগৰিক হিচাপে গ্ৰহণ কৰিছে।