মঙলবাৰে নাগালেণ্ডলৈ যাব আৰ এন ৰবি

মঙলবাৰে নাগালেণ্ডলৈ যাব আৰ এন ৰবি

author-image
asomiyapratidin
New Update
মঙলবাৰে নাগালেণ্ডলৈ যাব আৰ এন ৰবি

ফাইল ফটো

  • মঙলবাৰে নাগালেণ্ডলৈ যাব আৰ এন ৰবি।
  • দুদিনীয়া ভ্ৰমণসূচীৰে নাগালেণ্ডলৈ ৰাওনা হ'ব তেওঁ।
  • বহুকেইটা গুৰুত্বপূৰ্ণ আলোচনাত অংশ ল'ব আৰ এন ৰবিয়ে।
  • নগা দল-সংগঠনৰ সৈতে আৰ এন ৰবি মিলিত হ'ব আলোচনাত।
  • ২৮ ফেব্ৰুৱাৰীত নাগালেণ্ডৰ পৰা উভতিব তেওঁ।
  • এমএনপিজিএছৰ সৈতেও বৈঠকত মিলিত হ'ব ৰবি।
  • আলোচনাৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰিব।
  • ইফালে মঙলবাৰে ক'হিমাত হ'ব কেইবালানি আলোচনা।
  • বুধবাৰেও অংশ লব আন এলানি আলোচনাত।