বিয়াৰ ব্যস্ততাৰ মাজতে উত্তৰ-পূবলৈ প্ৰিয়ংকা

বিয়াৰ ব্যস্ততাৰ মাজতে উত্তৰ-পূবলৈ প্ৰিয়ংকা

author-image
asomiyapratidin
New Update
হলীউডৰ ছবি ‘কাউবয় নিঞ্জা ভাইকিং’ত অভিনয়ৰ বাবে চুক্তিৱদ্ধ প্ৰিয়ংকাৰ

ডিজিটেল ডেস্কঃ বিয়াৰ ব্যস্ততাৰ মাজতে উত্তৰ-পূবলৈ দেশীগাৰ্ল প্ৰিয়ংকা। অহা ৬ ডিচেম্বৰত ছিকিমলৈ আহিব প্ৰিয়ংকা। এখন ছবিৰ প্ৰিমিয়াৰ শ্ব'ত ভাগ লবৰ বাবে প্ৰিয়ংকাৰ এই ছিকিম ভ্ৰমণ ।

উল্লেখ্য যে, 'পাৰ্পল পিবল পিকচাৰ্ছ'ৰ বেনাৰত ছিকিমৰ পটভূমিত নিৰ্মিত নেপালী চলচ্চিত্ৰ 'পহুনা'ৰ প্ৰিমিয়াৰ শ্ব' উপভোগ কৰিব বলিউদৰ মোহময়ী অভিনেত্ৰী গৰাকীয়ে। প্ৰিয়ংকাৰ লগতে ছবিখনৰ প্ৰিমিয়াৰ শ্বl উপস্থিত থাকিব ছিকিমৰ মুখ্যমন্ত্ৰী পৱন চামলিঙো।