New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/modirally-1487929288.jpg)
- ইম্ফলত উপস্থিত হ'লহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
- বিমানবন্দৰত মোদীক উষ্ম আদৰণি।
- ইম্ফলৰ হাপ্টা কাংজেইবাঙত এখন জনসভাত অংশগ্ৰহণ কৰিব মোদীয়ে।
- ৮টা প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব আন চাৰিটা প্ৰকল্পৰ।
- ইম্ফলৰ পৰা শিলচৰলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী