কোনো কাকো মাতিবলৈ নাম ব্যৱহাৰ নকৰা গাঁওখন ক’ত? চাওঁক VIDEO

কোনো কাকো মাতিবলৈ নাম ব্যৱহাৰ নকৰা গাঁওখন ক’ত? চাওঁক VIDEO

author-image
asomiyapratidin
New Update
কোনো কাকো মাতিবলৈ নাম ব্যৱহাৰ নকৰা গাঁওখন ক’ত? চাওঁক VIDEO

ডিজিটেল ডেস্কঃ নুশুনিলে আপুনি একো বুজিব নোৱাৰিব। অদ্ভূত গাঁও এইখন। আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত আছে এই গাঁওখন।নাম কংথং। এই গাঁৱত মানুহৰ নাম নাই।

কিন্তু প্ৰত্যেকেই প্ৰত্যেকক মাতে এক বিশেষ পদ্ধতিৰে। বিশেষকৈ মাতৃসকলে নিজ সন্তানক মাতিবলৈ কেতিয়াও তেওঁলোকৰ নাম ব্যৱহাৰ নকৰে। ইয়াৰ পৰিৱৰ্তে নিজস্বভাৱে এটা বিশেষ সুৰ ব্যৱহাৰ কৰে ঠিক সুহুৰিৰ দৰে।

এগৰাকী মাতৃ, ফুটবল খেলি আছে তেওঁৰ সন্তানে। সেই সন্তানক মাতিবলৈ তেওঁ ব্যৱহাৰ কৰিলে এনে এক সুহুৰি সদৃশ সুৰ। আৰু সেই সুৰ শুনিয়েই খেলি থকা সন্তানে গম পালে মাকে তেওঁক মাতিছে। চাওঁক ভিডিঅ'-


— ANI (@ANI) September 25, 2018