New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/PEMA-KHANDU-ON-ARUNACHAL-CORONA.jpg)
ফাইল ফটো
- অৰুণাচল প্ৰদেশত কোৰোনাৰ উপস্থিতিৰ সন্দেহত এতিয়ালৈকে পৰীক্ষা কৰা হৈছে ১৭৯ টা নমুনা।
- মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই কথা সদৰি কৰিছে।
- ইয়াৰে ১৫৯ টা নমুনাত 'নিগেটিভ' পোৱা গৈছে।।
- এটা নমুনাত পোৱা গৈছে 'পজিটিভ'।
- এতিয়াও ১৯ টা নমুনাৰ ফলাফল লাভ কৰা হোৱা নাই।
- এই তথ্য বুধবাৰৰ পুৱা ৭ বজালৈকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us