উত্তৰ-পূব চিজুচাত অনুষ্ঠিত পাকে পাগা হৰ্ণবিল ফেষ্টিভেলৰ আজি অন্তিম দিন চিজুচাত অনুষ্ঠিত পাকে পাগা হৰ্ণবিল ফেষ্টিভেলৰ আজি অন্তিম দিন asomiyapratidin 20 Jan 2019 12:20 IST Follow UsNew Update চিজুচাত অনুষ্ঠিত হোৱা পাকে পাগা হৰ্ণবিল ফেষ্টিভেলৰ আজি অন্তিম দিন৷সামৰণি অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু৷পৰম্পৰাগতভাৱে হেলিপেডত আদৰণি মুখ্যমন্ত্ৰী খাণ্ডুক৷দেশী-বিদেশী পৰ্যটকে ভৰি পৰিছে চিজুকা ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক