মেঘালয়ৰ কয়লা খনিত আন এটা মৃতদেহৰ সন্ধান

মেঘালয়ৰ কয়লা খনিত আন এটা মৃতদেহৰ সন্ধান

author-image
asomiyapratidin
New Update
মেঘালয়ৰ কয়লা খনিত আন এটা মৃতদেহৰ সন্ধান

  • মেঘালয়ৰ পূৱ জয়ন্তীয়া পাহাৰত কয়লা খনিত আবদ্ধ হৈ থকা ১৩ শ্ৰমিকৰ সন্ধানত অব্যাহত আছে অভিযান।
  • শনিবাৰে পুনৰ সন্ধান পোৱা গৈছে আন এটা মৃতদেহৰ।
  • ভূ পৃষ্ঠৰ পৰা ২৮০ ফুট গভীৰতাত দেখা পোৱা গৈছে মৃতদেহটো।
  • শনিবাৰে এই এই কথা সদৰী কৰে নৌ সেনাৰ মুখপাত্ৰই।
  • ইয়াৰ পূৰ্বে শুকুৰবাৰে সন্ধান পোৱা গৈছিল প্ৰথমটো মৃতদেহ।
  • বৰ্তমানেও নৌ সেনাৰ উদ্ধাৰকাৰী বাহিনীয়ে চলাই আছে উদ্ধাৰ অভিযান।