New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- অহা সপ্তাহত হ'ব এন এছ চি এন( আই এম) ৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নিৰ্বাচন।
- দীৰ্ঘদিনৰ পৰা খালী হৈ আছে দুয়োটা পদ।
- খালী পদ পূৰণৰ পিছতে হ'ব ভাৰত চৰকাৰৰে চূড়ান্ত চুক্তি।
- ইশ্বাক ছিছি শ্বুৰ মৃত্যুৰ পিছত খালী হৈছিল অধ্যক্ষৰ পদটো।
- আনহাতে, খুলে কন্যাকৰ মৃত্যুৰ পিছত খালী হৈছিল উপাধ্যক্ষৰ পদ।
- এন এছ চি এন( আই এম)ৰ সংবিধান মতে অনুষ্ঠিত হ'ব দুয়োটা পদৰ নিৰ্বাচন।