New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/nscccclgnrc-hospital-news-ghilamara-collglaaareretttt-for-web-low-size-copy.jpg)
- এনএছচিএন মুইভাৰ শীৰ্ষ নেতা তথা নগা আৰ্মীৰ ছেকেণ্ড লেফটেনেন্ট মনিয়েল এনালৰ মৃত্যু।
- ইণ্ডো-ম্যানমাৰ সীমান্তত মৃত্যু হয় এনএছচিএন মুইভাৰ নেতা গৰাকীৰ।
- শুকুৰবাৰে নিশা বিদ্ৰোহী শিবিৰত মৃত্যু হয় মনিয়েল এনালৰ।
- অসুস্থ হৈ পৰাৰ পাছত সাঙিৰে হাস্পতাললৈ নিয়াৰ সময়ত মৃত্যু হয় তেওঁৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us