ম্যানমাৰস্থিত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (কে)ৰ জ্যেষ্ঠনেতা ব্ৰিগেডিয়াৰ কুড়ুছুৰ মৃত্যু

ম্যানমাৰস্থিত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (কে)ৰ জ্যেষ্ঠনেতা ব্ৰিগেডিয়াৰ কুড়ুছুৰ মৃত্যু

author-image
asomiyapratidin
New Update
ম্যানমাৰস্থিত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (কে)ৰ জ্যেষ্ঠনেতা ব্ৰিগেডিয়াৰ কুড়ুছুৰ মৃত্যু

ডিজিটেল সংবাদ, ৱাখাঃ ম্যানমাৰস্থিত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (কে)ৰ এগৰাকী শীৰ্ষ নেতা তথা জি পি আৰ এনৰ চৰকাৰৰ, ব্ৰিগেডিয়াৰ কুড়ুছুৰ সোমবাৰে বিয়লি নগা স্ব-শাসিত অঞ্চল ছাগাইঙিৰ হকামিতৰ এখন চিকিৎসালয়ত মৃত্যু হয়।

অৱশ্যে বিদ্ৰোহী নেতাজনৰ কি কাৰণত মৃত্যু হয় সংগঠনটোৱে এতিয়ালৈকে একো তথ্য প্ৰকাশ কৰা নাই। মঙলবাৰে দুপৰীয়া ম্যানমাৰ নগা হোহোৱে বিদ্ৰোহী নেতাজনক তেওঁৰ পিতৃৰ গাঁৱত শেষকৃত্য সম্পন্ন কৰিব।