আছাম ৰাইফলছৰে সংঘৰ্ষত নিহত এনএছচিএন ৰিফৰ্মেচন গোটৰ কেপ্তেইন

আছাম ৰাইফলছৰে সংঘৰ্ষত নিহত এনএছচিএন ৰিফৰ্মেচন গোটৰ কেপ্তেইন

author-image
asomiyapratidin
New Update
আছাম ৰাইফলছৰে সংঘৰ্ষত নিহত এনএছচিএন ৰিফৰ্মেচন গোটৰ কেপ্তেইন

  • এনএছচিএনৰ সৈতে আছাম ৰাইফলছৰ সংঘৰ্ষ।
  • এনএছচিএনৰ ৰিফৰ্মেচন গোটৰ কেপ্তেইন আৰকাম নিহত হয় এই সংঘৰ্ষত৷
  • আছাম ৰাইফলছৰ ৯ নম্বৰ বেটেলিয়নৰ লগত এই সংঘৰ্ষ হৈছিল।
  • চাংলাং জিলাৰ চালাং কেম্পৰ ওচৰত সংঘৰ্ষত নিহত হয় আৰকাম।
  • আছাম ৰাইফলছে উদ্ধাৰ কৰে এটা এমকিউ ৰাইফলৰ লগতে গ্ৰেনেড।